এইবাৰ পাকিস্তানত আত্মঘাতী বোমা বিস্ফোৰণ, নিহত ১২

পাকিস্তানৰ ইছলামাবাদত ভয়ংকৰ বিস্ফোৰণ ইছলামাবাদৰ আদালত চৌহদত আত্মঘাতী কাৰ বোমা বিস্ফোৰণ বিস্ফোৰণত বৰ্তমানলৈ নিহত ১১জনপাকিস্তানৰ ইছলামাবাদত ভয়ংকৰ বিস্ফোৰণ ইছলামাবাদৰ আদালত চৌহদত আত্মঘাতী কাৰ বোমা বিস্ফোৰণ বিস্ফোৰণত বৰ্তমানলৈ নিহত ১১জন

author-image
Asomiya Pratidin
New Update
dddddddddddddd
  • পাকিস্তানৰ ইছলামাবাদত ভয়ংকৰ বিস্ফোৰণ। 
  • ইছলামাবাদৰ নিম্ন আদালত চৌহদত আত্মঘাতী কাৰ বোমা বিস্ফোৰণ।
  • বিস্ফোৰণত বৰ্তমানলৈ নিহত ১১জন।
  • বিস্ফোৰণত আহত ২৫ৰো অধিক লোক।
  • ৰাজধানীৰ জি-১১ এলেকাত ক’ৰ্ট কমপ্লেক্সৰ প্ৰৱেশদ্বাৰৰ সমীপত সংঘটিত হয় এই বিস্ফোৰণ।

  • চৰকাৰী পাকিস্তানী টেলিভিছনৰ বাতৰি অনুসৰি ১২টা মৃতদেহ উদ্ধাৰ কৰিছে।

  • ইয়াৰ উপৰিও ২০ জন আহত ব্যক্তিক পিআইএমএছ হাস্পতালৰ জৰুৰীকালীন বিভাগলৈ স্থানান্তৰ কৰা হৈছে।

  •  

     

পাকিস্তান