ৰে’লৰ খুন্দাত ১১জন শ্ৰমিক নিহত

কুননিঙত সংঘটিত ৰে’ল দুৰ্ঘটনাত কমেও ১১গৰাকী শ্ৰমিক নিহত হৈছে। তাৰোপৰি দুগৰাকী গুৰুতৰভাৱে আহত হৈছে। 

author-image
Asomiya Pratidin
New Update
346

ডিজিটেল ডেস্ক : হংকঙত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত কমেও ৭০গৰাকী লোকে প্ৰাণ হেৰুৱাৰ পাছতে চীনৰ দক্ষিণ- পশ্চিমৰ চহৰ কুননিঙত সংঘটিত ৰে’ল দুৰ্ঘটনাত কমেও ১১গৰাকী শ্ৰমিক নিহত হৈছে। তাৰোপৰি দুগৰাকী গুৰুতৰভাৱে আহত হৈছে। 

য়ুনান প্ৰদেশৰ চহৰখনৰ লুঅ’য়াংঝেন ৰে’ল ষ্টেচনত ৰে’লপথ মেৰামতি কৰি থকাৰ অৱস্থাতে এখন পৰীক্ষামূলক ৰে’লে এদল শ্ৰমিকক মহটিয়াই নিয়াত কমেও ১৪গৰাকী লোক হতাহত হয়।  

ৰে'ল