১১ বজাত ভাৰতীয় সেনাৰ সংবাদমেল : ভাৰত- পাকিস্তানৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত হ’ব গুৰুত্বপূৰ্ণ আলোচনা

দেওবাৰে দিনৰ ১১-০০ বজাত নতুন দিল্লীৰ নেচনেল মিডিয়া চেণ্টাৰত অনুষ্ঠিত হ'ব ভাৰতীয় সেনাই আয়োজন কৰা এক সংবাদমেল। এই সংবাদমেলত ভাৰত- পাকিস্তানৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত হ’ব কেতবোৰ গুৰুত্বপূৰ্ণ আলোচনা। 

author-image
Asomiya Pratidin
New Update
১১ বজাত ভাৰতীয় সেনাৰ সংবাদমেল : ভাৰত- পাকিস্তানৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ১১ বজাত ভাৰতীয় সেনাৰ সংবাদমেল : ভাৰত- পাকিস্তানৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত হ’ব গুৰুত্বপূৰ্ণ আলোচনাহ’ব গুৰুত্বপূৰ্ণ আলোচনা

১১ বজাত ভাৰতীয় সেনাৰ সংবাদমেল : ভাৰত- পাকিস্তানৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত হ’ব গুৰুত্বপূৰ্ণ আলোচনা

ডিজিটেল ডেস্ক : দেওবাৰে দিনৰ ১১-০০ বজাত নতুন দিল্লীৰ নেচনেল মিডিয়া চেণ্টাৰত অনুষ্ঠিত হ'ব ভাৰতীয় সেনাই আয়োজন কৰা এক সংবাদমেল। এই সংবাদমেলত ভাৰত- পাকিস্তানৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত হ’ব কেতবোৰ গুৰুত্বপূৰ্ণ আলোচনা। 

Advertisment

তাৰোপৰি পৰৱৰ্তী সময়ছোৱাত ভাৰতে কি ধৰণে আগবাঢ়িব, দুয়োখন দেশৰ আক্ৰমণ- প্ৰত্যাক্ৰমণ, যুদ্ধ বিৰতিৰ পাছত গ্ৰহণ কৰিব লগা পদক্ষেপকে ধৰি কেইবাটাও বিষয়ত হ’ব আলোচনা। সংবাদমেলখন সম্বোধন কৰিব ভাৰতীয় সেনাৰ সেনা প্ৰধানে। একেদৰে সংবাদমেলত ভাগ ল’ব সেনাৰ কেইবাগৰাকী উচ্চপদস্থ বিষয়াই।

যুদ্ধ