সাহিত্যাচাৰ্য নাহেন্দ্ৰ পাদুনক পুনৰ হাস্পতালত ভৰ্তি

অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক, সাহিত্যাচাৰ্য নাহেন্দ্ৰ পাদুনক পুনৰ হাস্পতালত ভৰ্তি। গুৱাহাটীৰ এপ'ল হাস্পতালত ভৰ্তি কৰোৱা হৈছে তেখেতক।

author-image
Asomiya Pratidin
New Update
141
  • অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক, সাহিত্যাচাৰ্য নাহেন্দ্ৰ পাদুনক পুনৰ হাস্পতালত ভৰ্তি।
  • গুৱাহাটীৰ এপ'ল হাস্পতালত ভৰ্তি কৰোৱা হৈছে তেখেতক।
  • সম্প্ৰতি তেখেতৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে। 
  • সাহিত্যিকগৰাকীৰ সু-স্বাস্থ্য কামনা কৰি ভিন ভিন দল-সংগঠনে আশু-আৰোগ্য কামনা কৰিছে।
  • পৰিয়ালে জনোৱা মতে বৰ্তমান সংকটমুক্ত নাহেন্দ্ৰ পাদুন। 
অসম সাহিত্য সভা