/asomiyapratidin/media/media_files/2025/02/06/BXw2dqBaPM0QM6Jgh3Jb.jpeg)
Photograph: (Johnson's baby)
নৱজাতক শিশু এটিক ঘৰলৈ স্বাগতম জনোৱাৰ মূহুৰ্তটো সদায় বিশেষ। এয়া হৈছে উদযাপন, আনন্দ তথা চিৰস্মৰণীয় সময়। এই সময়ছোৱাত শিশুটিক কি উপাহাৰ দিয়াটো উচিত, তাক লৈ বহুতেই বিমোৰত পৰে। কিন্তু এতিয়া আৰু এই বিষয়ক লৈ চিন্তা কৰাৰ প্ৰয়োজন নাই। হয়, এই ক্ষেত্ৰত আপুনি শিশুটিৰ প্ৰতি মৰম প্ৰকাশ কৰিবলৈ সৰ্বশ্ৰেষ্ঠ উপায় হিচাপে জনছনছ বেবী গিফট ছেট উপহাৰ দিব পাৰে।
নৱজাতকৰ বাবে সঠিক বাছনি কৰাটো কিয় জৰুৰী ?
নৱজাতকৰ ছাল অবিশ্বাস্যভাৱে কোমল আৰু সংবেদনশীল। শিশুৰ ছাল প্ৰাপ্তবয়স্ক ছালতকৈ ৩০% লৈকে পাতল হয়। যাৰ বাবে সিহঁতৰ ছালৰ যাতে ক্ষতি নহয়, তেনে সামগ্ৰী বাচনি কৰা তথা বিশেষজ্ঞৰ দ্বাৰা সমৰ্থিত সামগ্ৰীবোৰক অগ্ৰাধিকাৰ দিয়াটো অত্যাৱশ্যকীয়।
কিয় বিশেষ জনছনছ বেবী গিফট ছেট ?
জনছনছক শিশুৰ ছাল-চুলিৰ যত্নৰ বাবে ব্যৱহৃত এক আগশাৰীৰ ব্ৰেণ্ড হিচাপে বিশ্বব্যাপী অভিভাৱক আৰু চিকিৎসকে বিশ্বাস কৰে। সেয়েহে, জনছনছৰ বেবী গিফট ছেটটো উপহাৰৰ সমান্তৰালকৈ আপুনি যে শিশুটিৰ যত্নৰ প্ৰতি সচেতন, সেয়াও প্ৰমাণ কৰে।
জনছনছৰ সকলো সামগ্ৰী তন্ন তন্নকৈ পৰীক্ষা কৰি মৃদু উপাদানৰে তৈয়াৰ কৰা হয়। যিসমূহ পেৰাবেন, ছালফেট আৰু থ্যালেট মুক্ত। জনছনছৰ বেবী গিফট ছেটত ৪টা প্ৰকাৰত এক ষ্টাইলিছ পেকেজিং উপলব্ধ আছে। যাৰ ভিতৰত আছে পাউচ আৰু মেটাৰ্নিটি বেগ। উপহাৰ দিয়াৰ সময়ত ইয়াক শিশুটিৰ নামৰ সৈতে এটা নামৰ টেগত ব্যক্তিগতকৰণ কৰিব পাৰি। অভিভাৱকে তেওঁলোকৰ সন্তানৰ বাবে এক ‘কাষ্টম’ নিচুকনী গীতো ইয়াত সৃষ্টি কৰিব পাৰে। এই গিফট ছেটটোত শিশুৰ যত্নৰ বাবে এগৰাকী মাতৃক প্ৰয়োজনীয় সকলো সামগ্ৰীয়েই উপলব্ধ। সেয়েহে, জনছনছ বেবী গিফট ছেট হৈছে নৱজাতকৰ সৈতে নতুন অভিভাৱক বা পৰিয়ালক উপহাৰ দিয়াৰ বাবে এক আদৰ্শ বিকল্প।
জনছনছ বেবী গিফট ছেট: প্ৰথম দিনৰ পৰাই শিশুক দিয়ে সুৰক্ষা
* প্ৰিমিয়াম আৰু ব্যৱহাৰিক পেকেজিং: এই ছেটটো কঢ়িয়াবলৈ আৰু সংৰক্ষণ কৰিবলৈ সহজ।
* পানী প্ৰতিৰোধী আৰু পৰিস্কাৰ কৰাত সহজ।
* নামৰ টেগ আৰু নিচুকণী গীতৰ সৈতে ব্যক্তিগতকৰণৰ সুবিধা।