জেবি'জ ৰেষ্টুৰেণ্টলৈ জমেট' ৰেষ্টুৰেণ্ট ২০২৩ বঁটা

জেবি'জ ৰেষ্টুৰেণ্টলৈ জমেট' ৰেষ্টুৰেণ্ট ২০২৩ বঁটা

খাদ্য প্ৰতিষ্ঠান জমেট'ই আগবঢ়াইছে বিশেষ বঁটা

ডিজিটেল ডেস্কঃ সাম্প্ৰতিক সময়ত খাদ্যৰ ক্ষেত্ৰত প্ৰায় সকলো মানুহেই সজাগ। খাদ্যকলৈ বিভিন্ন শিতানত চলে ভিন্ন সম্পৰীক্ষা।

ৰিয়েলিটি শ্ব'সমূহতো আজিকালি বিভিন্ন ঠাইৰ খাদ্যসম্ভাৰে ঠাই লাভ কৰি ঠাইখনৰ অথবা ৰাজ্যখনৰ খাদ্য়াভাষক প্ৰতিনিধিত্ব কৰে। এইসমূহৰ মাজতে বিশ্বায়নৰ যুগত অনলাইন মাধ্যমৰ দ্বাৰা খাদ্যৰ যোগান ধৰা হয়।

এই প্ৰতিষ্ঠানসমূহৰ তেনে এক আগশাৰীৰ খাদ্য প্ৰতিষ্ঠান জমেট'ই আগবঢ়াইছে বিশেষ বঁটা। গুৱাহাটী মহানগৰীৰৰ অন্যতম খাদ্য প্ৰতিষ্ঠান জেবি'জ ৰেষ্টুৰেণ্টলৈ এইবৰ্ষৰ জমেট' ৰেষ্টুৰেণ্ট ২০২৩ বঁটা আগবঢ়ইছে। দক্ষিণ ভাৰতীয় খাদ্যৰ এক প্ৰতিযোগিতাত গুৱাহাটীৰ অগ্ৰণী ৰেষ্টুৰেণ্ট জেবি'জে প্ৰথমস্থান লাভ কৰি জমেট' ৰেষ্টুৰেণ্ট ২০২৩ বঁটা লাভ কৰে।

জেবি'জ ৰেষ্টুৰেণ্টলৈ জমেট' ৰেষ্টুৰেণ্ট ২০২৩ বঁটা
খেৰকটা সমবায় সমিতিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in