/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/9dc3b957-aab4-4110-90ef-ab01ba07397c/11.jpg)
ডিজিটেল ডেস্কঃ ২০ নৱেম্বৰত সমগ্ৰ বিশ্বতে উদযাপন কৰা হ'ব বিশ্ব শিশু দিৱস। সেই উপলক্ষে সাদিন প্ৰতিদিন গোষ্ঠীয়ে ইউনিচেফৰ সহযোগিতাত এই দিনটো উদযাপন কৰাৰ উদ্দেশ্যে ৭ জন শিশু জলবায়ু কৰ্মীৰ সৈতে প্ৰতিদিন টাইমত এটা টক শ্ব'ৰ আয়োজন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/8cf4cc9d-8788-47fa-b172-270f67c6708a/5182af12_b70a_474c_96a1_13bcd6656c58.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/44ca7d99-7c02-486c-af12-9de45bc9cfea/e1f9eacb_bfa0_4061_b6ea_303ad0c2b949.jpg)
ইয়াৰ লগতে শিশুসকলে নয়ন প্ৰতিম কুমাৰ আৰু প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালিকা স্মিতাক্ষী বি গোস্বামীৰ সৈতে সম্পাদকীয় বৈঠকতো অংশগ্ৰহণ কৰে। বিষেশকৈ বানপীড়িত অঞ্চলৰ পৰা অহা শিশুসকলে উক্ত টক শ্ব'টোত শিশুসকলে তেওঁলোকে তেওঁলোকৰ অঞ্চলত ভুগি থকা সমস্যাসমূহৰ বিষয়ে আলোচনা কৰে। এই শিশুসকল কাছাৰ, ধেমাজি, মাজুলী, ডিব্ৰুগড়ৰ দৰে বানপীড়িত অঞ্চলৰ পৰা অহা বুলি জানিব পৰা গৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/9fa5b062-61f0-4e28-bf96-d4824095a71f/ca0666f3_e612_4abe_b485_b9d3f67c5487.jpg)
Also Read: বটদ্ৰৱাত বৃন্দাবনী বস্ত্ৰ সন্দৰ্ভত পাৱাৰ প্ৰজেক্টৰ দ্বাৰা বিশ্লেষণ আৰু বক্তৃতা অনুষ্ঠান