/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/9ef45636-c5f5-461d-a211-c82c0e3e183a/sonapur_23.jpg)
সোণাপুৰস্থিত ষ্টাৰ চিমেণ্টৰ কাৰখানাত শ্ৰমিকৰ কৰুণ মৃত্যু...
সোণাপুৰস্থিত ষ্টাৰ চিমেণ্টৰ চৌহদত অঘটন।
কৰ্মত নিয়োজিত শ্রমিক দুৰ্ঘটনাত পতিত হৈ মৃত্যু।
নতুনকৈ সম্প্রসাৰণ হোৱাৰ কাৰখানাৰ কামত নিয়োজিত আছিল শ্রমিকজন।
মৃত শ্রমিকজনৰ নাম বশ্বন দাস।
বশ্বন দাসৰ ঘৰ পশ্চিম বংগৰ আলিপুৰদুৱাৰত।
পাইলিং চলি থকাৰ সময়তে শ্রমিকজনৰ ওপৰত সৰি পৰে লোৰ সামগ্রী।
চিকিৎসালয়লৈ নিয়া সময়তে আদবাটতে মৃত্যু হয় শ্রমিকজনৰ।
সমগ্র ঘটনা গাপ দিয়াৰ চেষ্টা ষ্টাৰ চিমেণ্ট কৰ্তৃপক্ষৰ।
বশ্বন দাসৰ মৃতদেহ প্ৰেৰণ কৰ হৈছে GMCHলৈ।
Also Read: কাজিৰঙাৰ 'অৰণ্য'ত মৃত্যু কলিকতাৰ পৰ্যটকৰ...