New Update
- গুৱাহাটীত আকৌ ফুটিল পানীৰ পাইপ।
- পুনৰ মহানগৰীৰ খাৰঘুলিত ফুটিল পানীৰ পাইপ।
- জাইকাৰ পানীৰ পাইপ ফুটিঁ খাৰঘূলিত হাঁহাকাৰ অৱস্থা।
- খাৰঘূলিৰ নামঘৰ চকত এই ভয়ংকৰ ঘটনা।
- পানীয়ে ভাঙি নিছে সৰু সৰু গছৰ লগতে ডাঙৰ গছৰ ডাল।
- হাজাৰ হাজাৰ লিটাৰ পানীৰ অপচয়।
- স্থানীয় ৰাইজৰ মাজত হাঁহাকাৰ এক অৱস্থাৰ সৃষ্টি।
- উল্লেখ্য যে, ইয়াৰ পূৰ্বেও খাৰঘূলিতেই পানীৰ পাইপ ফুঁটি এক হাঁহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছিল।
- এগৰাকী লোকৰ মৃত্যুৰ লগতে ক্ষয়ক্ষতি হৈছিল বহু ঘৰ দুৱাৰ।