/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/091a5edd-056e-48c1-90f1-70ae46867c92/borbari_23.jpg)
পুনৰ গুৱাহাটীত ফুটিল পানীৰ পাইপ...
-
পুনৰ গুৱাহাটীত ফুটিল পানীৰ পাইপ।
-
২৪ ঘণ্টাৰ ভিতৰত এয়া দ্বিতীয়টো পানীৰ পাইপ ফুটাৰ ঘটনা।
-
এইবাৰ পাইপ ফুটিল বৰবাৰীত।
-
বৰবাৰীৰ নৱজ্যোতি ক্লাৱৰ সমীপত সংঘটিত হৈছে এই ঘটনা।
-
অৱশ্যে এই ঘটনা খাৰঘূলী আৰু ৰাজগড়ৰ দৰে ক্ষতি কৰিব পৰা ঘটনা নহয়।
-
ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে পুৱা মালীগাঁৱৰ পাণ্ডু পথত ফুটিছিল পানীৰ পাইপ।
-
পানীপ পাইপ এইদৰে ফুটাৰ ফলত অঞ্চলটোত বিৰাজ কৰিছে চেপা উত্তেজনাই।
Also Read: চৌদিশে বানপানীঃ সুৰক্ষিত স্থান বিচাৰি বিশ্বনাথত কাজিৰঙাৰ হাতীৰ জাক...