New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/df4fbcdd-d42b-4f94-a16c-8b36cc251767/509.jpg)
গুৱাহাটী মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ।
গণেশগুৰি-হেঙেৰাবাৰী লিংক ৰোডত ফুটিল জলব’ৰ্ডৰ পাইপ।
পানীৰ পাইপ ফুটি পথটোত জলমগ্ন হৈ পৰিছে গণেশগুৰি অঞ্চল।
অঞ্চলটোত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup