পুনৰ মহানগৰীত পানীৰ পাইপ বিস্ফোৰণঃ কেইবা মিটাৰ ওপৰলৈ উঠিল পানী...

পুনৰ মহানগৰীত পানীৰ পাইপ বিস্ফোৰণঃ কেইবা মিটাৰ ওপৰলৈ উঠিল পানী

author-image
Asomiya Pratidin
New Update
পুনৰ মহানগৰীত পানীৰ পাইপ বিস্ফোৰণঃ কেইবা মিটাৰ ওপৰলৈ উঠিল পানী...

পুনৰ মহানগৰীত পানীৰ পাইপ বিস্ফোৰণঃ কেইবা মিটাৰ ওপৰলৈ উঠিল পানী...

  • পুনৰ মহানগৰীত ভয়ংকৰ ঘটনা।

  • আকৌ বিস্ফোৰণ ঘটিল পানীৰ পাইপ।

  • এইবাৰৰ স্থান কমাৰ্চ কলেজ- ৰাজগড় সংযোগী পথ।

  • পানীৰ পাইপ ফুটি কেইবা মিটাৰ ওপৰলৈ উঠিছে পানী।

  • এতিয়াও বন্ধ হোৱা নাই পানীৰ পাইপ।

  • বিস্তৰ ক্ষতিৰ সম্ভাৱনা।

  • কেইবাখনো বাইক পানীয়ে উটুৱাই নিয়াৰ খবৰ।

  • সমগ্ৰ পথটোত সৃষ্টি হৈছে বানপানী।

  • আধাঘণ্টা সময় উকলি যোৱাৰ পাছতো উপস্থিত হোৱা নাই সংশ্লিষ্ট বিভাগীয় লোক।

  • জলব'ৰ্ডৰ পানীৰ পাইপত সংঘটিত হৈছে এই বিস্ফোৰণ।

বিস্ফোৰণ