
ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ অগ্ৰণী কম্পিউটাৰ শিক্ষাৰ প্ৰতিষ্ঠান ভিষ্টা এডুকেয়াৰে তেওঁলোকৰ এটা কেন্দ্ৰ আজি নাৰেংগীত মুকলি কৰে।
আনুষ্ঠানিক ভাৱে মুকি কৰা এই অনুষ্ঠানত উপস্থিত থাকে নাৰেংগীৰ স্থানীয় কেইবাজনো গণ্য-মান্য ব্যক্তিৰ লগতে ভিষ্টা এডুকেয়াৰৰ পৰিচালন সঞ্চালক টিটনন দাস।
অনুষ্ঠানত তেওঁ নিজৰ ভাষণত কয়, আগন্তক দিনসমূহত এই কম্পিউটাৰ শিক্ষা প্ৰতিষ্ঠানটোৱে যুৱতীসকলক উপযুক্ত কম্পিউটাৰ শিক্ষা আৰু সংস্থাপনৰ বাবে দায়বদ্ধতাৰে কাম কৰি যাব।