/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/33ef82d1-313b-4988-a509-2f85178b1568/vic.jpg)
পুনৰ আটক ভিক্টৰ দাসক....
পুনৰ ভিক্টৰ দাসক আটক।
পল্টন বজাৰ আৰক্ষীয়ে আটক কৰিছে ভিক্টৰ দাসক।
ভিক্টৰ দাসৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ।
পূৰ্বৰ প্ৰতিষ্ঠানত গৈ বিভিন্ন সামগ্ৰী ভাঙি লণ্ডভণ্ড কৰাৰ অভিযোগ।
ধাৰাবাহিক ভাৱে ভিক্টৰ দাসে পূৰ্বৰ কৰ্মৰত প্ৰতিষ্ঠানৰ গৰাকীৰ বিৰুদ্ধে উত্থাপিত কৰি আহিছিল গুৰুতৰ অভিযোগ।
পূৰ্বেও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ভিক্টৰ দাসক।
পূৰ্বেও অসম চৰকাৰৰ নিযুক্তি পৰীক্ষাত কেলেংকাৰী হোৱাৰ অভিযোগ তুলি আৰক্ষীৰ আলহী হৈছিল ভিক্টৰ দাস।
পৰৱৰ্তী সময়ত নিজ পত্নীয়েও ভিক্টৰ দাসৰ বিৰুদ্ধে উত্থাপন কৰিছিল শাৰীৰিক, মানসিক অত্যাচাৰৰ গুৰুতৰ অভিযোগ।
Also Read: আন এক সফলতাঃ ফেডাৰেচন কাপত অম্লান বৰগোহাঁইৰ স্বৰ্ণ পদক...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us