/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/345dc300-1ade-46ac-b230-6d411839a8cf/cattle_04.jpg)
বশিষ্ঠ আৰক্ষীৰ অভিযানত চোৰাং গৰুসহ বাহন জব্দ...
মহানগৰীৰ সাউকুছিত বশিষ্ঠ আৰক্ষীৰ অভিযান।
অভিযানত জব্দ এখন চোৰাং গৰু সৰবৰাহ কৰা বাহন।
স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে জব্দ কৰে বাহনসহ গৰু।
বাহনখনৰ পৰা জব্দ ১০টা চোৰাং গৰু।
চোৰাং গৰুসহ আটক বাহনখনৰ চালক আৰু হেণ্ডিমেনক।
জব্দ AS-13-AC-3050 নম্বৰৰ বাহনখন।
Also Read: গোলাঘাটৰ বকিয়ালত হাতীৰ আক্ৰমণত নিহত এজন...