/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/324d54aa-d8e3-4ac4-b08b-55fc211e7911/gari.jpg)
-
নিশা গুৱাহাটী মহানগৰীত ডকাইতি কাণ্ড
-
সোমবাৰে নিশা চানমাৰি খেলপথাৰৰ সন্মুখত সংঘটিত হয় ডকাইতি কাণ্ড
-
স্কৰপিঅ' বাহনৰ গ্লাছ ভাঙি দুৰ্বৃত্তই লুটি নিলে নগদ ধনসহ নথি-পত্ৰ
-
জানিব পৰা মতে চানমাৰি খেলপথাৰৰ সন্মুখত থকা উক্ত বাহনখনৰ পৰা ৫৪ হাজাৰ টকা দুৰ্বৃত্তই লৈ যায়
-
বাহনখনৰ গ্লাছ ভাঙি টকাৰ বেগ লৈ উধাও অচিনাক্ত দুৰ্বৃত্ত।