/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/503feb38-b7b4-4a1f-af66-6e14294f6511/chor1.jpg)
মহানগৰীত চুৰিকাণ্ডৰ চেষ্টা
গৃহস্থৰ ঘৰৰ খিৰিকী ভাগি প্ৰৱেশৰ চেষ্টা চোৰৰ
মহানগৰীৰ লাচিত নগৰত সংঘটিত হৈছে এই কাণ্ড
পুৱতি নিশা খিৰিকী ভাগি গৃহস্থৰ ঘৰত প্ৰৱেশৰ চেষ্টা চোৰৰ
গৃহস্থৰ চিচি কেমেৰাত ধৰা পৰে সমগ্ৰ দৃশ্য
খিৰিকী ভাগি বস্তু নিব লওতেই গৃহস্থৰ খেদাত পলায়ন চোৰৰ।
Also Read: অপহৰণৰ পাছত মৃতদেহ উদ্ধাৰঃ কোনে, কিয় নৃশংসভাৱে হত্যা কৰিলে নৱম শ্ৰেণীৰ ছাত্ৰক...