/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/3d6545df-82d1-4043-b882-cee975962648/aimu.jpg)
-
গুৱাহাটীৰ জ্যোতিনগৰৰ গণেশনগৰত চুৰিকাণ্ড
-
ঘৰৰ কাম কৰা মহিলাই চুৰি কৰিলে ঘৰৰ সামগ্রী
-
সোণৰ আ-অলংকাৰৰ লগতে নগদ ধন চুৰি
-
মনজিৎ চৌধুৰী নামৰ লোকজনৰ ঘৰত এই ঘটনা
-
মিনাক্ষী কলিতা নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে চুৰিৰ অভিযোগ
-
মহিলাগৰাকীৰ স্বামী নৱজিৎ কলিতাও ঘটনাত জড়িতৰ অভিযোগ
-
চুৰি সামগ্রীসমূহ জমা ৰাখিছিল এগৰাকী শিক্ষকৰ ওচৰত
-
শিক্ষকগৰাকীৰ নাম বৃন্দাবন তালুকদাৰ
-
চুৰি হোৱা সামগ্রীসমূহ উদ্ধাৰ চানমাৰি আৰক্ষীৰ
-
লগতে আটক কৰিছে দুই চোৰক