New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/1138786e-dfe3-4e4b-8bd5-8b8d795bb3c7/111.jpg)
মহানগৰীৰ বশিষ্ঠৰ স্বৰ্গপুৰত চুৰিকাণ্ড
স্বৰ্গপুৰৰ গৃহ নং ৫০ত চোৰে চলালে লুটপাত
ঘৰৰ দুৱাৰ ভাঙি চোৰে নিলে নগদ ধনসহ সোণৰ অলংকাৰ
চুৰি নগদ প্রায় ৮০ হাজাৰ টকা, ৮ লাখ টকা মূল্যৰ অলংকাৰ
ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলালে লুটপাত