আজিৰে পৰা বৃদ্ধি পালে গাখীৰৰ দাম...

আজিৰে পৰা বৃদ্ধি পালে গাখীৰৰ দাম...

author-image
Asomiya Pratidin
New Update
আজিৰে পৰা বৃদ্ধি পালে গাখীৰৰ দাম...

ডিজিটেল ডেস্ক : দেওবাৰৰ পৰা বৃদ্ধি পালে গাখীৰৰ দাম। গুৱাহাটী দুগ্ধ ব্যৱসায়ী সংস্থাৰ এই সিদ্ধান্ত মৰ্মে বৃদ্ধি পালে গাখীৰৰ দাম। সিদ্ধান্ত অনুসৰি প্রতি লিটাৰ গাখীৰত বাঢ়িল ৩ টকাকৈ।

Advertisment

এই দাম বৃদ্ধিৰ পিছত পাইকাৰী মূল্যত গাখীৰৰ দাম হ’লগৈ ৬৪.৪০ টকা। বৃদ্ধিৰ পূৰ্বে গাখীৰৰ মূল্য আছিল ৬১.৪০ টকা।

খুচুৰা বিক্ৰীৰ ক্ষেত্ৰত ৩টকা বৃদ্ধিৰ লগে লগে ইয়াৰ দাম হ’লগৈ ৬৭ টকা। উল্লেখ্য যে অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ দাম বৃদ্ধিৰ পাছতে বৃদ্ধি পালে গাখীৰৰ দাম।

Also Read: বিষাক্ত ফেঁটীসাপে দংশন কৰা দেৱ শিশুৰ প্ৰাণ বচাবলৈ সক্ষম হ'ল...

price hike MILK