New Update
/asomiyapratidin/media/media_files/2025/06/04/FYB56pFcJK4aQeS4IrF3.jpg)
- শিশু উন্নয়ন প্ৰকল্প বিষয়া সূৰ্য বৰুৱাৰ বিৰুদ্ধে আদালতত দাখিল অভিযোগনামা।
- আদালতত চি এম ভিজিলেন্সে দাখিল কৰিছে অভিযোগনামা।
- ১০/২০২৫ নম্বৰৰ এই অভিযোগনামা ৩১৯২ পৃষ্ঠাৰ।
- ৫৮ দিনৰ ভিতৰত এই অভিযোগনামা দাখিল চিএম ভিজিলেন্সৰ।
- ICDS প্ৰকল্প ৰূপায়নৰ দায়িত্বত কোকৰাঝাৰত কৰ্তব্যৰত অৱস্থাত গ্ৰেপ্তাৰ কৰা হৈছিল বৰুৱাক।
- সম্প্ৰতি কাৰাগাৰতে আছে বিষয়াগৰাকী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us