/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/3d6545df-82d1-4043-b882-cee975962648/aimu.jpg)
গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত চাউথ পইণ্ট স্কুলত চাঞ্চল্যকৰ ঘটনা
ৰাতিপুৱাৰ ভাগত বিদ্যালয়ৰ ভিতৰত আত্মহত্যা ছাত্ৰৰ
চাৰি নম্বৰ মহলাত থকা হোষ্টেলৰ কোঠাত আত্মহত্যা কৰে বুলি জানিব পৰা গৈছে
মৃত ছাত্ৰ জন পঢ়ি আছিল দ্বাদশ শ্ৰেণীত
জানিব পৰা মতে মৃত ছাত্ৰ জন অৰুণাচল প্ৰদেশৰ
ছাত্ৰজনৰ নাম তজো বুলি জানিব পৰা গৈছে
আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে
বিদ্যালয়ত আজি সম্পূৰ্ণ ভাবে বাতিল কৰা হৈছে পাঠদান
এতিয়াও জানিব পৰা হোৱা নাই আত্মহত্যাৰ কাৰণ