/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/cc834b08-d32c-4720-beab-11d16d245847/01.jpg)
হিমন্তক জিন্দাবাদ দি বিজেপিৰ পৰা খেদা খালে সৌমেন্দ্ৰ নাথ ডেকাই
বিজেপি দলৰ পৰা নিলম্বন কৰা হয় সৌমেন্দ্র নাথ ডেকাক
ডেকাৰ বিৰুদ্ধে দলীয় অনুশাসন ভংগ কৰাৰ অভিযোগ
ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ নিৰ্দেশত ডেকাক নিলম্বন কৰা হয়
জ্যেষ্ঠ নেতৃত্বৰ বিৰুদ্ধে ৰাজহুৱা স্থানত ধৰ্ণা দিছিল ডেকাই
জি এম চিৰ প্ৰাক্তন উপ-মেয়ৰ সৌমেন্দ্ৰ নাথ ডেকাৰ আহ্বানত মঙলবাৰে একাংশ বিজেপি নেতা কৰ্মীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল।
Also Read: ৰাজেন গোঁহাই-সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিৰুদ্ধে একাংশ বিজেপি নেতা-কৰ্মীৰ তীব্ৰ প্ৰতিবাদ