/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/d672144b-578c-453c-acbc-ac0fc1b72e41/SIT_28.jpg)
APSC কেলেংকাৰীঃ ASP অনলজ্যোতি দাসলৈ SIT ৰ জাননী...
ডিজিটেল ডেস্কঃ অসম লোক সেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে। শেহতীয়াকৈ এই তদন্তকাৰী গোটে পুনৰ আন এজন এ পি এছ বিষয়াক চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ নিৰ্দেশ প্ৰদান কৰিছে।
এইগৰাকী এ পি এছ বিষয়া হৈছে অনলজ্যোতি দাস। এ পি এছ অনলজ্যোতি দাস ৫ জানুৱাৰীত চি আই ডিৰ কাৰ্যালয়ত এছ আই টিৰ সন্মুখত হাজিৰ হ'ব লাগিব। ডিমা হাছাওৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত অনলজ্যোতিক ইতিমধ্যে নিলম্বন কৰা হৈছে।
Also Read: জামুগুৰিহাটৰ গেদেৰিযান শ্ৰী শংকৰদেৱৰ প্ৰাথমিক বিদ্যালয়ত ৰাইজৰ উৎসৱ পালন