গ্ৰেপ্তাৰ হ'ল শিখা শৰ্মা...

গ্ৰেপ্তাৰ হ'ল শিখা শৰ্মা...

author-image
Asomiya Pratidin
New Update
গ্ৰেপ্তাৰ হ'ল শিখা শৰ্মা...

গ্ৰেপ্তাৰ হ'ল শিখা শৰ্মা...

  • গ্ৰেপ্তাৰ হ'ল বিতৰ্কিত লেখিকা শিখা শৰ্মা।

  • দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে শিখা শৰ্মাক।

  • জোনালী নাথ সম্পৰ্কে কৰা বিতৰ্কিত মন্তব্যৰ বাবে আৰক্ষীয়ে কৰিছিল আটক।

  • দীৰ্ঘ সময়ৰ জেৰাৰ অন্তত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

  • কিছু সময়ৰ পাছতে তেওঁক লৈ যোৱা হ'ব স্বাস্থ্য পৰীক্ষাৰ বাবে।

  • সামাজিক মাধ্যমৰ জৰিয়তে জোনালী নাথ সম্পৰ্কে কৰিছিল বিতৰ্কিত মন্তব্য।

  • শিখা শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে ৰাজ্যিক মহিলা আয়োগে আৰক্ষী সঞ্চালক প্ৰধানলৈ প্ৰেৰণ কৰিছিল পত্ৰ।

Advertisment

Also Read: লখিমপুৰ মেডিকেল কলেজৰ ১০০ খন আসনত নামভৰ্তিৰ বাবে অনুমোদন...

শিখা শৰ্মা