গোৱালিয়ৰ সিন্ধিয়া বিদ্যালয়ে সম্পূৰ্ণ কৰিলে ১২৫ বছৰ...

গোৱালিয়ৰৰ সিন্ধিয়া বিদ্যালয়ে শনিবাৰে ১২৫ বছৰ পূৰ্ণ কৰিলে
সিন্ধিয়া বিদ্যালয়
সিন্ধিয়া বিদ্যালয়
Published on
Updated on

ডিজিটেল ডেস্কঃ গোৱালিয়ৰৰ সিন্ধিয়া বিদ্যালয়ে শনিবাৰে ১২৫ বছৰ পূৰ্ণ কৰিলে ৷ এই উপলক্ষে ৮ এপ্ৰিলৰ সন্ধিয়া ৫:০০ বজাত গুৱাহাটীৰ ৰত্ন মৌলী প্ৰাসাদত এক অনুষ্ঠান আয়োজন কৰা হৈছে ৷

এই অনুষ্ঠানটিত উপস্থিত থাকিব বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষক আৰু বিদ্যালয়ৰ অধ্যক্ষ শ্ৰী অজয় সিং ।

ছাত্ৰ-ছাত্ৰী
ছাত্ৰ-ছাত্ৰী

গোৱালিয়ৰৰ সিন্ধিয়া বিদ্যালয়ে শিক্ষাৰ্থীসকলৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত বহুতো সুযোগ প্ৰদান কৰিছে ৷ ক্ৰীড়া আৰু সংগীতৰ ক্ষেত্ৰতো ছাত্ৰ-ছাত্ৰী সকলক যথেষ্ঠ সুবিধা প্ৰদান কৰি আহিছে বিদ্যালয়খনে।

সিন্ধিয়া বিদ্যালয়
সিন্ধিয়া বিদ্যালয়

সিন্ধিয়া বিদ্যালয়ে শিক্ষাৰ্থীসকলৰ প্ৰতিভা বৃদ্ধি কৰা আৰু আত্মবিশ্বাসী ৰূপে গঢ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে । শনিবাৰে অনুষ্ঠিত হবলগীয়া সভাখনত সিন্ধিয়া বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত অজয় সিঙৰ সৈতে এক প্ৰশ্নউত্তৰ শিতানো ৰখা হৈছে ৷

সিন্ধিয়া বিদ্যালয়
চিৰাঙত ৰাজ্যিক ভিত্তিক ছিনিয়ৰ আৰু জুনিয়ৰ ৰাগবি ছেভেনচ চেম্পিয়নশ্বিপ-২০২৩ অনুষ্ঠিত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in