/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/c74539ac-8299-4d37-907f-b4cd9bb8334d/student.jpg)
সিন্ধিয়া বিদ্যালয়
ডিজিটেল ডেস্কঃ গোৱালিয়ৰৰ সিন্ধিয়া বিদ্যালয়ে শনিবাৰে ১২৫ বছৰ পূৰ্ণ কৰিলে ৷ এই উপলক্ষে ৮ এপ্ৰিলৰ সন্ধিয়া ৫:০০ বজাত গুৱাহাটীৰ ৰত্ন মৌলী প্ৰাসাদত এক অনুষ্ঠান আয়োজন কৰা হৈছে ৷
এই অনুষ্ঠানটিত উপস্থিত থাকিব বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষক আৰু বিদ্যালয়ৰ অধ্যক্ষ শ্ৰী অজয় সিং ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/a7e09cb6-eb1a-4484-975e-bd5aa15618c8/1ea02aef_c1f9_44b9_b521_5bdde9bbe326.jpg)
গোৱালিয়ৰৰ সিন্ধিয়া বিদ্যালয়ে শিক্ষাৰ্থীসকলৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত বহুতো সুযোগ প্ৰদান কৰিছে ৷ ক্ৰীড়া আৰু সংগীতৰ ক্ষেত্ৰতো ছাত্ৰ-ছাত্ৰী সকলক যথেষ্ঠ সুবিধা প্ৰদান কৰি আহিছে বিদ্যালয়খনে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/6a90c871-e820-48f1-a0d4-e103f9c213e4/8ecfedb4_ebdf_44a2_a71a_aba98e3e8dad.jpg)
সিন্ধিয়া বিদ্যালয়ে শিক্ষাৰ্থীসকলৰ প্ৰতিভা বৃদ্ধি কৰা আৰু আত্মবিশ্বাসী ৰূপে গঢ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে । শনিবাৰে অনুষ্ঠিত হবলগীয়া সভাখনত সিন্ধিয়া বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত অজয় সিঙৰ সৈতে এক প্ৰশ্নউত্তৰ শিতানো ৰখা হৈছে ৷
Also Read: চিৰাঙত ৰাজ্যিক ভিত্তিক ছিনিয়ৰ আৰু জুনিয়ৰ ৰাগবি ছেভেনচ চেম্পিয়নশ্বিপ-২০২৩ অনুষ্ঠিত...