পুৱতি নিশা মহানগৰীৰ ৰুক্মিণীগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা...

পুৱতি নিশা মহানগৰীৰ ৰুক্মিণীগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা...
পুৱতি নিশা মহানগৰীৰ ৰুক্মিণীগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা...
Published on
Updated on
  • পুৱতি নিশা মহানগৰীৰ ৰুক্মিণীগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • নিয়ন্ত্রণ হেৰুৱাই ডিভাইদাৰত খুন্দা মাৰিলে এখন চাৰিচকীয়া বাহনে।

  • মাৰুতী ৮০০ বাহনখনত আছিল তিনিজন যুৱক।

  • ছুপাৰ মাৰ্কেটৰ পৰা খানাপাৰা অভিমুখী আছিল বাহনখন।

  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত বাহনখনত থকা ৩জন যুৱক।

  • যুৱককেইজনক সংকটজনক অৱস্থাত চিকিৎ‍সালয়লৈ প্রেৰণ।

  • প্রত্যক্ষদৰ্শীৰ মতে সুৰাসক্ত অৱস্থাত আছিল যুৱককেইজন

পুৱতি নিশা মহানগৰীৰ ৰুক্মিণীগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা...
লামডিং বজাৰৰ মাজমজিয়াত সন্ধিয়াতে চোৰে চলালে চাফাই অভিযান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in