শৰাইঘাটত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত বাইক আৰোহী...

ট্ৰাকে খুন্দিয়ালে বাইক আৰোহীক
শৰাইঘাটত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত বাইক আৰোহী...
শৰাইঘাটত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত বাইক আৰোহী...
  • শৰাইঘাট দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • ট্রাকৰ খুন্দাত নিহত বাইক আৰোহী।

  • আমিনগাঁৱৰ পৰা জালুকবাৰী দিশে আহি আছিল বাইকত দুই আৰোহী।

  • শৰাইঘাট দলঙৰ মাজতেই সংঘটিত এই দুৰ্ঘটনা।

  • মাটি কঢ়িয়াই নিয়া ট্রাকৰ পৰা পথত মাটি পৰাৰ বাবেই সংঘটিত দুৰ্ঘটনাটো।

  • বৰ্তমানেও জানিব পৰা নাই মৃতকৰ পৰিচয়।

  • ঘটনাস্থলীত জালুকবাৰী যান-বাহন আৰক্ষী উপস্থিত।

শৰাইঘাটত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত বাইক আৰোহী...
শীঘ্ৰেই বিটিচিৰ বাহিৰত তিনি সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰিব বি পি এফে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in