/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
শৰাইঘাটত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত বাইক আৰোহী...
- শৰাইঘাট দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা। 
- ট্রাকৰ খুন্দাত নিহত বাইক আৰোহী। 
- আমিনগাঁৱৰ পৰা জালুকবাৰী দিশে আহি আছিল বাইকত দুই আৰোহী। 
- শৰাইঘাট দলঙৰ মাজতেই সংঘটিত এই দুৰ্ঘটনা। 
- মাটি কঢ়িয়াই নিয়া ট্রাকৰ পৰা পথত মাটি পৰাৰ বাবেই সংঘটিত দুৰ্ঘটনাটো। 
- বৰ্তমানেও জানিব পৰা নাই মৃতকৰ পৰিচয়। 
- ঘটনাস্থলীত জালুকবাৰী যান-বাহন আৰক্ষী উপস্থিত। 
Also Read: শীঘ্ৰেই বিটিচিৰ বাহিৰত তিনি সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰিব বি পি এফে...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us