/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/09eeb867-19ba-41a7-99ac-666b87c97f2d/guwahati_30.jpg)
বেহাৰবাৰীত ভংয়কৰ দুৰ্ঘটনাঃ থিতাতে নিহত চালক...
গুৱাহাটী মহানগৰীৰ বেহাৰবাৰীত ভয়ংকৰ দুৰ্ঘটনা
ডাম্পাৰত খুন্দা শিলচৰ অভিমুখী ট্রাকৰ।
ট্ৰাকখনৰ নম্বৰ এ এছ ২৮ এ চি ০৪৫৭।
আনহাতে ডাম্পাৰখনৰ নম্বৰ এ এছ ০১ ডি ডি ৬৫৫৫।
দুৰ্ঘটনাত থিতাতে নিহত ট্রাকচালক ৰেজাবুল ইছলাম।
হাউলীৰ পৰা শিলচৰ অভিমুখে গৈ আছিল ট্রাকখন।
ৰাজপথত ডাম্পাৰ ৰখাই থোৱাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ।
Also Read: কাছাৰৰ বৰখলাত চকুৰ সন্মুখতে নৈত বিলীন বাসগৃহঃ আশ্ৰয় শিবিৰ বিচাৰি গাওঁবাসীৰ হাহাকাৰ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us