/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
আৰক্ষীৰ তালাচীৰ মাজতে নিশা জনতা ভৱনৰ কাষত দুৰ্ঘটনা...
নিশাৰ মহানগৰীত পুনৰ পথ দুৰ্ঘটনা।
এখন ৰখাই থোৱা চুইফটত খুন্দা দ্ৰুতবেগী বাইকৰ।
গুৰুতৰভাৱে আহত বাইক আৰোহী।
আহত বাইক আৰোহীক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি।
দুৰ্ঘটনাত ক্ষতিহৈছে ৰখাই থোৱা চুইফ্ট বাহনখনৰো।
আৰক্ষীৰ তালাচীৰ মাজতে সংঘটিত হয় এই দুৰ্ঘটনা।
জনতা ভৱনৰ সমীপত সংঘটিত হৈছে এই ঘটনা।
Also Read: বৰদলনি শিক্ষা খণ্ডৰ শিক্ষকক প্ৰাক- গুণোৎসৱৰ প্ৰশিক্ষণ