New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/6e30bca9-a3a1-4a84-bce0-0df1fa96f861/pic_eimuhurtor_khobor_copy.jpg)
চানমাৰি উৰণীয়া সেঁতুত বাইক দুৰ্ঘটনা...
-
চানমাৰি উৰণীয়া সেঁতুত বাইক দুৰ্ঘটনা।
-
তীব্রবেগী বাইকে খুন্দা মাৰিলে উৰণীয়া সেতুৰ মাজৰ ডিভাইদাৰত।
-
দুৰ্ঘটনাত দুই বাইক আৰোহী গুৰুতৰভাৱে আহত।
-
আহত দুয়োকে উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে GMCHলৈ।