![সংবাদ মেলৰ জৰিয়তে দিলে পুনৰুজ্জীৱিত STF ৰ সফলতাৰ খতিয়ান](https://img-cdn.thepublive.com/fit-in/1280x960/filters:format(webp)/asomiyapratidin/media/media_files/2025/01/06/3Ob5X0ibaNDSnbDg2cok.jpg)
ডিজিটে ডেস্কঃ অসম আৰক্ষীয়ে ২০০৮ চনত গঠন কৰিছিল স্পেছিয়েল টাক্স ফ’ৰ্চ চমুকৈ এছ টি এফ। এই এছ টি এফে অপৰাধ নিয়ন্ত্ৰণ, সন্ত্ৰাসবিৰোধী অভিযান আৰু মাদকদ্ৰব্যৰ সৰবৰাহ ৰোধৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
সম্প্ৰতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তথা আই জি পি পাৰ্থ সাৰথি মহন্ত পৰিচালনাত এছ টি এপ অধিক সক্ৰয় হৈ উঠিছে। আজি অসম আৰক্ষীৰ সদৰ দপ্তৰৰ কনফাৰেন্স হলত এক সংবাদ মেল সম্বোধন কৰি এছ টি এফৰ সাফল্যক তুলি ধৰে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিং আৰু গুৱাহাটীৰ আৰক্ষী আয়ুক্ত তথা এছ টি এফৰ মুৰব্বী পাৰ্থ সাৰথি মহন্তই।
মাদকদ্ৰব্য আৰু ইয়াৰ সৰবৰাহ ৰোধ
(অক্টোবৰ ৪,২০০৮ ৰ পৰা ফেব্ৰুৱাৰী ২৮, ২০২৩লৈ)
- হেৰোইন: ৫৩৪.২৫ গ্রাম
- য়াবা টেবলেট: ১৩,৯২০ ইউনিট
- ফেন্সি ডাইল ছিৰাপ ৩২০ বটল
- গাঞ্জাঃ ৪৭.৭৫০ কেজি
(১ মার্চ ২০২৩ৰ পৰা – ৩১ ডিচেম্বৰ ২০২৪ লৈ)
- হেৰোইন: ৫৯ কেজি ৪১৪.৯৬ গ্রাম
- য়াবা টেবলেট: ৯,৬৭,৮৯৮ ইউনিট
- ফেন্সিডাইল ছিৰাপ: ৩৭,০০০ বটল
- গাঞ্জাঃ ৩,৯৯৯.৬৮১ কেজি
- অপিয়ামঃ ৩২.২৬ কেজি
- মেথামফেটামিন: ১ কেজি
সন্ত্রাসবাদ আৰু চৰমপন্থা ৰোধ
(১ মার্চ ২০২৩ ৰ পৰা – ৩১ ডিচেম্বৰ ২০২৪ লৈ)
- মুঠ গ্রেপ্তাৰ: ২১ জন
- ১৬ জন জেহাডী/ইছলামিক উগ্ৰপন্থী (এজন আই এছ আই এছ ভাৰতৰ মুৰব্বী)
- ১ জন মাওবাদী
- ১ জন ULFA-I সদস্য
- ৩ জন মণিপুৰৰ নিষিদ্ধ ঘোষিত সংগঠনৰ সদস্য
অবৈধ অনুপ্ৰবেশ ৰোধ
(১ মার্চ, ২০২৩ ৰ পৰা – ৩১ ডিচেম্বৰ ২০২৪লৈ):
- মুঠ ধৃত: ১৮ জন
- ১৫ জন দালাল
- ২ জন বাংলাদেশি
- ১ জন ৰোহিঙ্গীয়া
অবৈধ অস্ত্ৰ-শস্ত্ৰ জব্দ
(৪ অক্টোবৰ ২০০৮ ৰ পৰা ২৮ ফেব্ৰুৱাৰী, ২০২৩ লৈ)
- আগ্নেয়াস্ত্ৰ উদ্ধাৰ: ৩ টা ৰাইফল, ১ টা পিষ্টল, ২ টা মেগজিন, ১৮ ৰাউণ্ড গুলী
- বিস্ফোৰকঃ ১৩ কেজি ওজনৰ ২ টা আই ই ডি বোমা
(১ মাৰ্চ ২০২৩ ৰ পৰা ৩১ ডিচেম্বৰ ২০২৪ লৈ)
- আগ্নেয়াস্ত্ৰ উদ্ধাৰ: ৪ টা ৰাইফল, ১ টা পিষ্টল, ৩১ ৰাউণ্ড গুলী
- বিস্ফোৰকঃ ডিটোনেটৰৰ বাবে ৫ টা চিৰিঞ্জ-আধাৰিত আইইডি অংশ, ৪ টা বেটাৰি, ১ টা গ্ৰেনেড, আৰু ৬০ টা ইলেক্ট্ৰনিক চুইছ
ভুৱা ভাৰতীয় মুদ্ৰা জব্দ
(৪ অক্টোবৰ ২০০৮ ৰ পৰা ২৮ ফেব্ৰুৱাৰী ২০২৩ লৈ)
- ১,২৯৫ খন ভুৱা নোট (বিমুদ্ৰাকৰণ কৰা ২০০০ আৰু ৫০০ টকীয়া নোট)
(১ মার্চ ২০২৩ ৰ পৰা ৩১ ডিচেম্বৰ ২০২৪ লৈ)
- ১২, ৭৮৭জাল নোট (৫০০ টকাৰ ১২,৬৪৮ খন আৰু ২০০ টকাৰ ১৩৯ খন)
- ৮ টা ভুৱা নোট ছপা কৰা যন্ত্র জব্দ
অবৈধ সোণ সৰবৰাহ আৰু ভুৱা সোণৰ বিৰুদ্ধে অভিযান
(৪ অক্টোবৰ ২০০৮ ৰ পৰা ২৮ ফেব্ৰুৱাৰী ২০২৩ লৈ)
- জব্দ: ৫৯০ গ্রাম ৰূপালী আৱৰণযুক্ত সোণৰ ৰড
-
-
(১ মার্চ ২০২৩ৰ পৰা ৩১ ডিচেম্বৰ ২০২৪ লৈ)
- জব্দ: ১.১০৩ কেজি বিশুদ্ধ সোণ আৰু ২০.৩৭৮ কেজি নকল সোণ
বন্যপ্রাণী চোৰাং সৰবৰাহৰ বিৰুদ্ধে অভিযান
(৪ অক্টোবৰ ২০০৮ ৰ পৰা ২৮ ফেব্ৰুৱাৰী ২০২৩ লৈ)
- জব্দকৃত বন্যপ্রাণীৰ অংশ: ২৯টি গঁড়ৰ খৰ্গ, এটা হৰিণৰ সিং, ১ কেজি বাঘেৰ হাড়
(১ মার্চ ২০২৩ ৰ পৰা ৩১ ডিচেম্বৰ ২০২৪ লৈ)
- জব্দকৃত বন্যপ্রাণীৰ অংশ: ২টা গঁড়ৰ খৰ্গ, ১৪ টা হাতীৰ দাঁত, ২টা বাঘেৰ দাঁত, ১৫টা হাতীৰ খুৰ, ১.৭৯২ কেজি বনৰৌ
- গ্রেপ্তাৰ: ৬ জন চোৰাং চিকাৰী আৰু সৰবৰাহকাৰী চোরাচালানকারী/পাচারকারী
ৰাজ সাহায্য যুক্ত সাৰ আৰু চাউলৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে অভিযান
(১ মার্চ ২০২৩ ৰ পৰা ৩১ ডিচেম্বৰ ২০২৪ লৈ)
- জব্দ: ডি এ পি সাৰ ১৬,২৫০ কেজি
- নিম-কোটেড ইউৰিয়া: ৫,৬২৫ কেজি
- এফ.আৰ.কে.: ৩০ টন
বাৰ্মিজ চুপাৰী সৰবৰাহৰ বিৰুদ্ধে অভিযান
(৪ অক্টোবৰ ২০০৮ ৰ পৰা ২৮ ফেব্ৰুৱাৰী ২০২৩ লৈ)
- জব্দ: ১,৪০০ কেজি
(১ মার্চ ২০২৩ৰ পৰা ৩১ ডিচেম্বৰ ২০২৪ লৈ)
- জব্দ: ৫৭,৪৫৫ কেজি
ধপাত চোৰাং ব্যৱসায় আৰু জিএছটি উলংঘনৰ বিৰুদ্ধে অভিযান
(১ মার্চ ২০২৩ ৰ পৰা ৩১ ডিচেম্বৰ ২০২৪ লৈ)
- মুঠ জব্দকৃত ধপাতজাত দ্রব্য: ১,২২,১৬৯ পেকেট পান মছলা, ২,৩০১ বেগ জর্দা, ২২,০০০ বক্স ছিগাৰেট আৰু ৪.৪ লাখ ছিগাৰেট
- টেক্স জৰিমণাঃ ৫,৭১,৩৬,১২৫ টকা
নগদ ধন আৰু বাহন জব্দ কৰা
(৪ অক্টোবৰ ২০০৮ ৰ পৰা ২৮ ফেব্ৰুৱাৰী ২০২৩ লৈ)
- জব্দকৃত নগদ ধন: ৮,০৭,৮৮০ টকা
- জব্দকৃত যানবাহন: ২১খন
(১ মার্চ ২০২৩ ৰ পৰা ৩১ ডিচেম্বৰ ২০২৪ লৈ)
- জব্দকৃত নগদ ধন: ৬৩,৮৮,৬৫৯ টকা
- জব্দকৃত যানবাহন: ১৩৪খন
- মোবাইল ফোন জব্দ: ৩৬১টা
মুঠ অভিযান আৰু গ্ৰেপ্তাৰ
(৪ অক্টোবৰ, ২০০৮ ৰ পৰা ২৮ ফেব্ৰুৱাৰী ২০২৩ লৈ)
- সফল অভিযান: ১১১ টা
- নথিভুক্ত গোচৰ: ১১১ টা
- গ্রেপ্তাৰ: ১৩৭ জনক
(১ মার্চ ২০২৩ ৰ পৰা ৩১ ডিচেম্বৰ ২০২৪ লৈ)
- সফল অভিযান: ২৫৪ টা
- নথিভুক্ত গোচৰঃ ৪১ টা
- গ্রেপ্তাৰ: ৪৮২ জন
গুৱাহাটীত মাদকদ্ৰব্যৰ বিৰুদ্ধে এছ টি এফৰ অভিযান
(১ মার্চ ২০২৩ৰ পৰা ৩১ ডিচেম্বৰ ২০২৪ লৈ)
- মুঠ অভিযান: ১৫২ টা
- মুঠ গ্রেপ্তাৰ: ২৬৪ জনক
- জব্দকৃত হেৰোইন : ১৩.৭২০ কেজি
- জব্দকৃত হেৰোইন বক্সঃ ৩,৯৮৫ টা
- জব্দকৃত গাঞ্জা: ৩,৯২৩ কেজি
- জব্দকৃত Psychotropic টেবলেটঃ ৫১,৫১৪ ইউনিট
- মেথামফেটামিন জব্দ: ১ কেজি