New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/d2cb8ad3-9410-4d61-b651-02ebf4b1bf6e/crime1.jpg)
মহানগৰীত ভয়ংকৰ ঘটনা
চলন্ত উবেৰত ধৰ্ষণৰ বলি যুৱতী
উবেৰ চালকৰ কামনাৰ বলি হোৱাৰ অভিযোগ যুৱতীগৰাকীৰ
গণেশগুৰিৰ পৰা খ্ৰীষ্টানবস্তিলৈ গৈ থকা অৱস্থাত সংঘটিত হৈছে এই ঘটনা
জু-ৰোডৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত মছলেম আলীক
ভুক্তভোগী যুৱতীগৰাকীৰ ঘৰ অৰুণাচলত
অভিযুক্ত মছলেম আলীৰ ঘৰ নগৰবেৰাত।
Also Read: ৰাইডঙীয়াত বৰগীতৰ কৰ্মশালা
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us