মহানগৰীৰ নিচামুক্তি কেন্দ্ৰত পুুনৰ অঘটন

মহানগৰীৰ নিচামুক্তি কেন্দ্ৰত পুুনৰ অঘটন

ডিজিটেল ডেস্কঃ মহানগৰীৰ নিচামুক্তি কেন্দ্রত পুনৰ অঘটন। দিছপুৰ থানাৰ সমীপতে থকা 'পুনৰবাস' নামৰ নিচামুক্তি কেন্দ্ৰটোত এজন যুৱকে ৰহস্যজনকভাবে মৃত্যুক আঁকোৱালি লয়। মৃত যুৱকজনৰ নাম সুমিত দাস আৰু তেওঁৰ ঘৰ শ্বিলঙত বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে মঙলবাৰে পৰিয়ালৰ লোকে উক্ত কেন্দ্রটোত ভৰ্তি কৰাইছিল। দিছপুৰ থানাৰ সমীপৰ নিচামুক্তি কেন্দ্রত এই ঘটনা সংঘটিত হোৱাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

মহানগৰীৰ নিচামুক্তি কেন্দ্ৰত পুুনৰ অঘটন
কোকৰাঝাৰত বিপিএফৰ যোগদান পৰ্ব আৰু শপতগ্ৰহণ অনুষ্ঠান

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in