আঠটা সংগঠনৰ প্ৰতিবাদত উত্তাল চচলৰ ধৰ্ণাস্থলী...

শুকুৰবাৰে প্ৰতিবাদীৰ প্ৰতিবাদত উত্তাল হ’ল চচলৰ ধৰ্ণাস্থলী ৷ "উন্নত শিক্ষা ব্যৱস্থাই হৈছে প্ৰগতিশীল দেশৰ মূল মন্ত্ৰ" এই বাণীকেই আগত ৰাখি অসমৰ আঠটা ছাত্ৰ সংগঠন একত্ৰিত হৈ "শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চ অসম" নামৰ এখন মঞ্চ তৈয়াৰ হৈছিল
আঠটা সংগঠনৰ প্ৰতিবাদত উত্তাল চচলৰ ধৰ্ণাস্থলী...

ডিজিটেল ডেস্কঃ শুকুৰবাৰে প্ৰতিবাদীৰ প্ৰতিবাদত উত্তাল হ’ল চচলৰ ধৰ্ণাস্থলী ৷ "উন্নত শিক্ষা ব্যৱস্থাই হৈছে প্ৰগতিশীল দেশৰ মূল মন্ত্ৰ" এই বাণীকেই আগত ৰাখি অসমৰ আঠটা ছাত্ৰ সংগঠন একত্ৰিত হৈ "শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চ অসম" নামৰ এখন মঞ্চ তৈয়াৰ হৈছিল ৷

এই মঞ্চৰ সৈতে জড়িত হৈ আছে "আম আদমি পাৰ্টী"ৰ ভাতৃ সংগঠন CYSS অসমো ৷ আজি সেই আঠটা সংগঠনৰ নেতৃত্বত মহানগৰীস্থিত চচলত "ছেবা ৰক্ষা সংকল্প" নামেৰে এক অৱস্থান ধৰ্মগত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷

উক্ত প্ৰতিবাদী কাৰ্যসূচীত ভাগ লয় আঠোটা সংগঠনৰ নেতৃত্বৰ উপৰিও বিষয়ববীয়া লগতে কৰ্মীসকলে ।

আঠটা সংগঠনৰ প্ৰতিবাদত উত্তাল চচলৰ ধৰ্ণাস্থলী...
বঢ়মপুৰত নৱম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত দীক্ষান্ত সমাৰোহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in