/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/eb91ff93-b965-4dd4-97b6-9ea005e3da26/police.jpg)
-
ৰাজ্যৰ প্ৰশাসনত ৰদ-বদল ।
-
চিআইডিৰ আৰক্ষী অধীক্ষক প্ৰনৱ জ্য়োতি গোস্বামীক অসম আৰক্ষীৰ চিপিআৰঅ' হিচাপে নিযুক্তি দিয়া হৈছে ।
-
১০ জুলাইত অসম চৰকাৰৰ গৃহ মন্ত্ৰাণালয়ে জাৰি কৰিছে এই সন্দৰ্ভত নিৰ্দেশনা ।
-
তৎতকালীনভাৱে কাৰ্যকৰী হোৱাকৈ জাৰি কৰা হৈছে এই নিৰ্দেশনা ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/01107eda-ad0d-45b6-960a-e8757dd2a87c/56557d9d_2419_4fd5_a127_dd8e787735fe.jpg)
Also Read: চিৰাঙত সমষ্টি পুুনৰ নিৰ্ধাৰণক লৈ ১৩ টা কৈ বড়ো জাতীয় দল সংগঠনৰ প্ৰতিবাদ...