পৰাগ কুমাৰ দাস স্মাৰক বক্তৃতানুষ্ঠানৰ আয়োজন

অহা ২৪ ফেব্ৰুৱাৰীৰ দিনা পৰাগ কুমাৰ দাস স্মাৰক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
পৰাগ কুমাৰ দাস স্মাৰক বক্তৃতানুষ্ঠানৰ আয়োজন

ডিজিটেল ডেস্কঃ অহা ২৪ ফেব্ৰুৱাৰীৰ দিনা পৰাগ কুমাৰ দাস স্মাৰক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছে। উদ্যোক্তাই জনোৱা অনুসৰি, কটন বিশ্ববিদ্যালয়ৰ ছুডমাৰ্ছন হলত দিনৰ ২-৩০ বজাত "শৈশৱৰ শিক্ষা, সাম্প্ৰতিক প্ৰেক্ষাপট আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বান" শীৰ্ষক বক্তৃতানুষ্ঠান অনুষ্ঠিত কৰা হ'ব।

Advertisment

উক্ত অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব অসম জাতীয় বিদ্যালয়ৰ সচিব তথা বিশিষ্ট চিকিৎসক ডা০ নাৰায়ণ শৰ্মা। উল্লেখযোগ্য যে, উক্ত অনুষ্ঠানটি পৰাগ কুমাৰ দাস স্মাৰক ন্যাসৰ উদ্যোগত আয়োজন কৰা হৈছে।

Also Read: শিলচৰত চাৰি সুদখোৰ গ্ৰেপ্তাৰ

guwahati cotton college parag kumar das