গুৱাহাটী নিৰ্বাচন-২০১৯ পানীখাইতি প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত অসংখ্য ভোটাৰৰ ভিৰ… VIDEO পানীখাইতি প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত অসংখ্য ভোটাৰৰ ভিৰ… VIDEO asomiyapratidin 23 Apr 2019 10:48 IST Follow UsNew Updateপানীখাইতি প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ অভূতপূৰ্ব সঁহাৰি।ভোটগ্ৰহণ কেন্দ্ৰটোৰ চৌহদত বীৰদি বাট পাবলৈ নাইকিয়া অৱস্থা।ভোটদানৰ বাবে সমবেত হৈছে অসংখ্য লোক।পুৱাৰে পৰা শান্তিপূৰ্ণভাৱে হৈ আছে ভোটগ্ৰহণ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক