পাণবজাৰ শাখা সত্ৰত অখণ্ড পালনামৰ আয়োজন...

পাণবজাৰ শাখা সত্ৰত অখণ্ড পালনামৰ আয়োজন...

author-image
Asomiya Pratidin
New Update
পাণবজাৰ শাখা সত্ৰত অখণ্ড পালনামৰ আয়োজন...

প্ৰতিনিধিত্বমূলক ফটো

ডিজিটেল সংবাদ, গুৱাহাটী : ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ শাখা সত্ৰ গুৱাহাটী পানবজাৰ শাখা সত্ৰত পালনামৰ আয়োজন কৰা হৈছে। অহা ৯ আৰু ১০ নৱেম্বৰত ৪৫সংখ্যক ২৬ ঘণ্টাজোৰা অখণ্ড পালনামৰ আয়োজন কৰা হৈছে।

উদ্যোক্তাই জনোৱা অনুসৰি সমগ্ৰ মানৱ সমাজৰ কুশলৰ অৰ্থে আয়োজন কৰা হৈছে এই পালনাম। এই পালনামত সকলো ৰাইজক অংশগ্ৰহণ কৰিবলৈ পানবজাৰ সত্ৰ সমিতিৰ সাধাৰণ সম্পাদক কুমাৰ দীপক দাসে আহ্বান জনাইছে।

Also Read: বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰক আটছাৰ মুকলি সমৰ্থন

পালনাম