/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
মহানগৰীৰ নালাপাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : এজন নিহত
মহানগৰীৰ নালাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা
দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী লোক
নিহত লোকগৰাকীৰ নাম নুৰ বাহাদুৰ চেত্ৰী
নিহত নুৰ বাহাদুৰ চেত্ৰীক অচিনাক্ত বাহনে খুন্দিয়াই পলায়ন কৰে
প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি আৰক্ষীৰ বাহনে খুন্দিয়াইছে নুৰ বাহাদুৰ চেত্ৰীক
দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নালাপাৰাত
সম্প্ৰতি জি এম চি এইছলৈ প্ৰেৰণ কৰা হৈছে নুৰ বাহাদুৰ চেত্ৰীৰ মৃতদেহ ।
Also Read: মঙলদৈৰ মোৱামাৰীত মাৰপিট কাণ্ড