উত্তৰ গুৱাহাটীৰ লেঙাত চুৰিকাণ্ড...

উত্তৰ গুৱাহাটী লেঙাত পুনৰ চুৰিকাণ্ড। এইবাৰ চোৰৰ টাৰ্গেত কাহ-পিতলৰ বাচনৰ ওপৰত।

author-image
Asomiya Pratidin
New Update
উত্তৰ গুৱাহাটীৰ লেঙাত চুৰিকাণ্ড...

ডিজিটেল সংবাদ, গুৱাহাটী : উত্তৰ গুৱাহাটী লেঙাত পুনৰ চুৰিকাণ্ড। এইবাৰ চোৰৰ টাৰ্গেত কাহ-পিতলৰ বাচনৰ ওপৰত। লেঙাৰ "ডেকা মেটেল ষ্টোৰৰ" চাটাৰ কাটি চোৰে কাহ-পিতলৰ সামগ্ৰী লুটি নিয়ে।

Advertisment

পিতলৰ ভগৱানৰ মূৰ্তিও লৈ যায় চোৰে। উল্লেখ্য যে, যোৱা ১২ মে'ত লেঙা-কুৰুৱা হাইস্কুলত সংঘটিত হৈছিল বৃহৎ চুৰিকাণ্ড। তাৰ পিছতেই ধাৰাবাহিক চুৰিকাণ্ডত অতিস্ত হৈ পৰিছে লেঙাবাসী ।

Also Read: খাকীত দাগ! আস্থা হেৰুৱাইছে নেকি জনতাই...

Assam police