প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ

'নাক'ৰ সহযোগত গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ

author-image
Asomiya Pratidin
New Update
প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ

ডিজিটেল ডেস্কঃ 'নাক'ৰ সহযোগত গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ। অনুষ্ঠানৰ আদৰণী ভাষণ প্ৰদান কৰে ড০ নমিতা ডেকাই।

Advertisment

আনহাতে উদ্বোধনী ভাষণ প্ৰদান কৰে অধ্যক্ষ ড০ মনোজ কুমাৰ মহন্তই। অনুষ্ঠানটিত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে ইউ এছ টি এমৰ উপাচাৰ্য গৌৰী দত্ত শৰ্মাই।

আলোচনা চক্ৰখনিত অসমৰ অন্যান্য মহাবিদ্যালয়ৰ লগতে পশ্চিমবংগ,দিল্লী আৰু তামিলনাডুৰ আলোচকেও অংশগ্ৰহণ কৰে। আলোচনাপত্ৰত অংশীদাৰৰ ভূমিকাৰ ক্ষেত্ৰত প্ৰধানকৈ শিক্ষাৰ্থীৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়।

আৰু পঢ়কঃ ইৰানত ভয়াৱহ ভূমিকম্প

pragjyotish college