নাৰেংগী-চন্দ্রপুৰ ঘাইপথৰ দাঁতিত উদ্ধাৰ অচিনাক্ত মৃতদেহ

চন্দ্রপুৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ। দুৰ্ঘটনাত লোকজনৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

author-image
Asomiya Pratidin
New Update
যোৰাবাটত গ্ৰেপ্তাৰ হ'ল জি পি এছ এছৰ সম্পাদক...

এই মুহূৰ্তৰ খবৰ

  • চন্দ্রপুৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ।

  • মৃতদেহ উদ্ধাৰক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্য।

  • নাৰেংগী-চন্দ্রপুৰ ঘাইপথৰ দাঁতিৰ নলাত উদ্ধাৰ মৃতদেহটো।

  • ঘটনাস্থলীত উপস্থিত প্রাগজ্যোতিষপুৰ আৰক্ষী।

  • দুৰ্ঘটনাত লোকজনৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

  • উল্লেখযোগ্য যে, মৃতদেহটোৰ মূৰত আছে আঘাতৰ চিন।

Advertisment

Also Read: পুনৰ ৰে'ল দুৰ্ঘটনাঃ ৮ ডবা লাইনচ্যুত হোৱাত মৃত্যু ১৫ৰ বিপৰীতে আহত...

Assam police