New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/71d0cfb6-9c0a-4295-bae2-379680c55216/download.jpg)
-
মহানগৰীৰ বামুণীমৈদামত চাঞ্চল্যকৰ ঘটনা।
-
উলংগ অৱস্থাত উদ্ধাৰ এগৰাকী যুৱতী।
-
কলেজ গেটৰ ভঙা ট্রেফিক পইণ্টত উদ্ধাৰ যুৱতীগৰাকী।
-
দুৰ্বৃত্তই ধৰ্ষণ কৰি পেলাই থৈ যোৱাৰ সন্দেহ।
-
ঘটনাস্থলীত চানমাৰি আৰক্ষী উপস্থিত হৈ যুৱতীগৰাকীক GMCHলৈ প্রেৰণ।