শিৱৰাত্রীৰ নিশা মহানগৰীৰ ওদালবাক্রাত চাঞ্চল্যকৰ হত্যাকাণ্ড

শিৱৰাত্রীৰ নিশা মহানগৰীৰ ওদালবাক্রাত চাঞ্চল্যকৰ হত্যাকাণ্ড
  • শিৱৰাত্রীৰ নিশা মহানগৰীৰ ওদালবাক্রাত চাঞ্চল্যকৰ হত্যাকাণ্ড

  • ই-ৰিক্সা আৰু টেম্প’ চালকৰ মাজত মাৰপিটৰ ঘটনা

  • ঘটনাত থিতাতে নিহত ই-ৰিক্সাৰ চালকজন

  • মৃত চালকজনৰ নাম মহম্মদ ৰহিজুদ্দিন

  • টেম্প’ চালকজনে শিলেৰে আক্রমণ কৰিছিল মহম্মদ ৰহিজু্দ্দিনক

  • ঘটনা সন্দৰ্ভত ফটাশিল আমবাৰী আৰক্ষীৰ তদন্ত অব্যাহত

  • আৰক্ষীয়ে গ্রেপ্তাৰ কৰে টেম্প’ চালক নৱ ৰয়ক

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in