/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/8cff53fd-1bdf-48ef-ba1a-f93d0865b933/111.jpg)
-
মহানগৰীৰ বেহাৰবাৰীত ভয়ংকৰ অগ্নিকাণ্ড।
-
এটা পুৰণি টায়াৰৰ গুদামত সংঘটিত হৈছে এই ঘটনা।
-
অগ্নিকাণ্ডৰ কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই।
-
টায়াৰৰ গুদামৰ লগতে জুইত জাহ গ’ল আন দুটা গুদামো।
-
ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ ১০খন বাহন ইতিমধ্যে উপস্থিত হৈছে।