গুৱাহাটী প্ৰেছ ক্লাবৰ ভাৰপ্ৰাপ্ত সভাপতি পদৰ পৰা অব্যাহতি ল'লে মনোজ নাথে...

গুৱাহাটী প্ৰেছ ক্লাবৰ ভাৰপ্ৰাপ্ত সভাপতি পদৰ পৰা অব্যাহতি ল'লে মনোজ নাথে...
গুৱাহাটী প্ৰেছ ক্লাবৰ ভাৰপ্ৰাপ্ত সভাপতি পদৰ পৰা অব্যাহতি ল'লে মনোজ নাথে...

ডিজিটেল ডেস্কঃ গুৱাহাটী প্ৰেছ ক্লাবৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দায়িত্বত থকা মনোজ নাথে স্বাইচ্ছাই ত্যাগ কৰিলে এই পদ।

ব্যক্তিগত কাৰণত প্ৰেছ ক্লাবৰ সভাপতিৰ পদ ত্যাগ কৰা মনোজ কুমাৰ নাথে প্ৰেছ ক্লাবৰ সোণালী জয়ন্তী বৰ্ষৰ সভাপতি তথা অন্যান্য পদসমূহৰ পৰাও অব্যাহতি লৈছে।

এই সন্দৰ্ভত গুৱাহাটী প্ৰেছ ক্লাবৰ ভাৰপ্ৰাপ্ত সমিতিক অৱগত কৰিছে। এই বিষয়ত গুৱাহাটী প্ৰেছ ক্লাৱৰ ফালৰ পৰা জনাইছে যে এতিয়াৰে পৰা গুৱাহাটী প্ৰেছ ক্লাবৰ কোনো কাৰ্যক্ৰমণিকাৰ সৈতে জড়িত নহয়।

ন্যায়পালিকা আৰু কাৰ্যপালিকাৰ সংঘাত ! আইন মন্ত্ৰীয়ে বাৰে বাৰে আক্ৰমণ কৰিছে ন্যায়ালয়ক...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in