গুৱাহাটীৰ ভাড়াঘৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙ

গুৱাহাটীৰ ভাড়াঘৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙ

author-image
asomiyapratidin
New Update
গুৱাহাটীৰ ভাড়াঘৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙ

  • ভোটদান কৰিয়ে মহানগৰীৰ সৰুমটৰীয়াৰ ভাড়াঘৰলৈ যায় প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙ।
  • প্ৰাক্তন প্ৰধানমন্ত্ৰীজনক সংগ দিয়ে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই।
  • দিছপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে তেওঁ।
  • প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰ আগমনৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলে প্ৰশাসনে।
  • ভোটদান কৰি আজিয়েই দিল্লীলৈ উভতিব প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকী।