New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/1cbb2794-4aa3-491f-b048-8b5670c556a3/download.jpg)
মহানগৰীত চাঞ্চল্যকৰ ঘটনা
মহানগৰীৰ চন্দ্ৰপুৰত হাতী-মানুহৰ সংঘাত
বন্যহস্তীৰ গচকত থিতাতে নিহত এজন
নিহত লোকজন দিলীপ নাথ বুলি চিনাক্ত
চন্দ্রপুৰৰ ঠাকুৰকুছিৰ খামব্রেঙা বিলৰ পাৰত এই ঘটনা
দিলীপ নাথৰ ঘৰ নাৰেংগীৰ বিৰকুছিত।
আৰু পঢ়কঃ আমগুৰিত পথ দুৰ্ঘটনা