/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/3d6545df-82d1-4043-b882-cee975962648/aimu.jpg)
ei muhurtar khabar
মালিগাঁৱৰ ৩নং গে’টত ভয়ংকৰ পথ দুৰ্ঘটনা
সেনা বাহিনীৰ বাহনৰ খুন্দাত নিহত এগৰাকী স্কুলীয়া ছাত্রী
ছাত্রীগৰাকীৰ নাম লাৱণ্য পাল
মালিগাঁও ৰে’লৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্রী আছিল লাৱণ্য
বিদ্যালয়লৈ যাবলৈ ওলাই আহিছিল ছাত্রীগৰাকী
বিদ্যালয়লৈ যোৱাৰ পথতেই সংঘটিত হয় এই ঘটনা
Also Read: কাজিৰঙাৰ ৰিভাৰ ডলফিন, শিহুৰ বিচৰণে আকৰ্ষণ কৰিছে দেশী-বিদেশী পৰ্যটকক...